New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/20.jpg)
- শনিবাৰে সাংসদ অজিত কুমাৰ ভূঞাই সংবাদমেল সম্বোধন।
- হোটেল লিলিত সংবাদমেল সম্বোধন সাংসদগৰাকীৰ।
- বিজেপিয়ে হতাশাত ভূগি ইভিএম চুৰ কৰিছেঃ ভূঞা।
- দিছপুৰত মহাজোঁটৰ চৰকাৰ নিশ্চিতঃ ভূঞা।
- গুণ্ডাবাহিনীক মুখ্যমন্ত্ৰীয়ে ভয় কৰেঃ ভূঞা।
- আমি লুঙি টুপিৰ চৰকাৰ বিচৰা নাইঃ ভূঞা।
- পীয়ুষ হাজৰিকাৰ কৰ্ম-কাণ্ড সন্দৰ্ভত ভূঞাৰ প্ৰতিক্ৰিয়া।
- ক্ষমতাই মূৰত ধৰিছে পীয়ুষ হাজৰিকাৰঃ ভূঞা।
- অসমত এতিয়া গুণ্ডাৰাজ চলিছেঃ ভূঞা।