Election 2021 অসম সৰভোগ সমষ্টিত আগবাঢ়ি আছে চিপিআইএম… সৰভোগ সমষ্টিত আগবাঢ়ি আছে চিপিআইএম… asomiyapratidin 02 May 2021 13:58 IST Follow UsNew Update৪০ নং সৰভোগ সমষ্টিত ৬ষ্ঠ ৰাউণ্ডৰ অন্ত পৰে । চিপিআইএম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে ২৯১৯৬ টা ভোট লাভ কৰে ।আনহাতে বিজেপি প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসে ১৬০৮২ টা ভোট লাভ কৰিছে ৷সমষ্টিটোত চিপিআইএম দলৰ প্ৰাৰ্থী গৰাকী বৰ্তমানলৈ আগবাঢ়ি আছে ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক