মগজুৰ জটিল ৰোগত আক্ৰান্ত মফিদা বেগম,সহায়ৰ আহ্বান…

মগজুৰ জটিল ৰোগত আক্ৰান্ত মফিদা বেগম,সহায়ৰ আহ্বান…

author-image
asomiyapratidin
New Update
মগজুৰ জটিল ৰোগত আক্ৰান্ত মফিদা বেগম,সহায়ৰ আহ্বান…

ডিজিটেল সংবাদ, কাকডোঙা : গোলাঘাট জিলাৰ বৃহত্তৰ কাকডোঙা অঞ্চলৰ গোহাঁইমেৰ গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল। কোনো মতে দিন হাজিৰা কৰি দুটি সন্তানৰ সৈতে পৰিয়াল পোহপাল দি আহিছে কাজিমতদ্দিনে । হাঠাৎ পৰিয়ালটোলৈ নামি আহিছে কাল অমানিশা,কাজিমতদ্দিনৰ পত্নী মফিদা বেগম মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ আজি ১১ দিন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে।

Advertisment

ইতিমধ্যে হাতত থকা সকলো টকা পইচা শেষ হৈছে মফিদাৰ স্বামী। উপায়ন্তৰ হৈ দুটা সন্তানৰ মাতৃ মফিদাক সুস্থ কৰিবলৈ বিচাৰিছে অকণমান আৰ্থিক সহায় কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে মফিদাৰ স্বামীৰ নামত থকা ইণ্ডিয়া বেংক হাতীয়েখোৱা শাখাত কাজিমতদ্দিনৰ নামত থকা এই একাউন্টত A/C:6203152972 IFSC: IDIB000H020 সহায় হাত আগবঢ়াবলৈ অনুৰোধ
জনাইছে পৰিয়ালৰ লোকে।