/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/live-update-2nd.jpg)
৩.৩০ বজাত : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বৰ্তমানলৈ ৬৩.০৩ শতাংশ লোকে ভোটাধিকাৰ সব্যস্ত কৰে।
২.৪৬ বজাত : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বৰ্তমানলৈ ৫৮.৬৫ শতাংশ লোকে ভোটাধিকাৰ সব্যস্ত কৰে।
১.৪০ বজাত : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বৰ্তমানলৈ ৪৮.২৬ শতাংশ লোকে ভোটাধিকাৰ সব্যস্ত কৰে ।
১ বজাত : ১ বজালৈ ৪২.১৫ শতাংশ ।
১২ বজাত : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন অব্যাহত । ১২ বজালৈ ৩৫.৭৫ শতাংশ ভোটদান ।
পুৱা ১১.০০ বজাত : দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অব্যাহত। বৰ্তমানলৈ ২২.৭৫ শতাংশ লোকৰ ভোটদান সাব্যস্ত।
পুৱা ১০.২০ বজাত : দ্বিতীয় পৰ্যায় ভোটগ্ৰহনৰ প্ৰথম তিনি ঘন্টাত ১৭.৮১ শতাংশ ভোটদান ।
পুৱা ৯.৩০ বজাত : পুৱা ৯ বজা পৰ্যন্ত ১০.৫১ শতাংশ ভোটদান ।
পুৱা ৮.৩০ বজাত : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিলে ওদালগুৰিৰ বিপিএফৰ প্ৰাৰ্থী ৰিহন দৈমাৰী, ওদালগুৰি সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী গোবিন্দ বসুমতাৰী, কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ ভোটদান ।
পুৱা ৮.০০ বজাত : পুৱা ৮ বজা পৰ্যন্ত ১.৬৫ শতাংশ ভোটদান ।
পুৱা ৭.২০ বজাত : ওদালগুৰিত ইভিএম বিসংগতিৰ ঘটনা । ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুমগাওঁ প্ৰাথমিক বিদ্যালয়ৰ(সোফাল) ভোটগ্ৰহণ কেন্দ্ৰত এই বিসংগতি ।ভোটগ্ৰহণ কেন্দ্ৰটোৰ নম্বৰ হৈছে ১৩৯ । ইতিমধ্যে সলনি কৰা হ'ল ইভিএম ছেট । পুৱা ৭-২০ বজা পৰ্যন্ত অনুষ্ঠিত হোৱা নাই ভোটগ্ৰহণ প্ৰক্ৰিয়া ।উক্ত কেন্দ্ৰত ভোটদান কৰিব সমষ্টিটোৰ ইউপিপিএল প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।
পুৱা ৭.০০ বজাত : ৰাজ্যৰ ৩৯ টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন আৰম্ভ ।
৩৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ।
পুৰুষ প্রাৰ্থী ৩১৯ গৰাকী প্ৰতিদ্বন্দ্বিতা কৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত
মহিলা ২৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত
দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰ আছে ৭৩,৪৪,৬৩১ গৰাকী
দ্বিতীয় পৰ্যায়ত পুৰুষ ভোটাৰ ৩৭,৩৪,৫৩৭ গৰাকী ।
দ্বিতীয় পৰ্যায়ত মহিলা ভোটাৰ ৩৬,০৯,৯৫৯ গৰাকী ।
দ্বিতীয় পৰ্যায়ত তৃতীয় লিংগৰ ভোটাৰ ১৩৫ গৰাকী ।