New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/cm-sarbananda-sonowal.jpg)
- মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ সম্পত্তিৰ তালিকা ।
- মুখ্যমন্ত্রীৰ হাতে জমা ৩৯ হাজাৰ ৩০ টকা ১৩ পইচা ।
- বিভিন্ন বেংকত জমা আছে ৩৮ লাখ ২ হাজাৰ ৪৯৮ টকা ৯৮ পইচা ।
- ১৩ লাখ ৪ হাজাৰ ৬৯৭ টকা, ৭০ পইচাৰ শ্বেয়াৰ আছেঅইলত ।
- ৪৩ লাখ ২৬ হাজাৰ ৪৬১ টকাৰ বীমা পলিচি আছে মুখ্যমন্ত্রীৰ ।
- ১৬ লাখ ৭৮ হাজাৰ ৭০৭ টকাৰ ঋণ আছে মুখ্যমন্ত্রী সোণোৱালৰ ।
- মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নাই কোনো বাহন ।
- ১ কোটি ১৪ লাখ ৭৬ হাজাৰ ৩৯৪ টকাৰ অস্থাৱৰ সম্পত্তি আছে মুখ্যমন্ত্রীৰ ।
- মুখ্যমন্ত্রীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২ কোটি ২ লাখ ৯৫ হাজাৰ টকা ।
- ২০১৬ চনৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামাত মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি আছিল ১কোটি ৮২ লাখ ১৭ হাজাৰ ৯১০ টকা
- ইয়াৰে ১কোটি ১ লাখ ৩৭ হাজাৰ ৯১০ টকা আছিল অস্থাৱৰ সম্পত্তি ।
- ৮০ লাখ ৮০ হাজাৰ স্থাৱৰ সম্পত্তি ।
- যোৱা পাছবছৰত মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি বাঢ়িল ১ কোটি ৩৫ লাখ ৫৩ হাজাৰ ৪৮৪ টকা ।
- শতাংশ হাৰত যোৱা ৫ বছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সম্পত্তি বৃদ্ধি হ'ল ৭৩.৩৯ শতাংশ ।