Election 2021 অসম কলাইগাওঁত ইউপিপিএলৰ প্ৰাৰ্থী হ’ব কমল আজাদ… কলাইগাওঁত ইউপিপিএলৰ প্ৰাৰ্থী হ’ব কমল আজাদ… asomiyapratidin 10 Mar 2021 14:24 IST Follow UsNew Updateকলাইগাওঁত ইউপিপিএলৰ প্ৰাৰ্থী ঘোষণা । ইউপিপিএলৰ প্ৰাৰ্থী হ'ব কমল আজাদ । সমাগত বিধানসভা নিৰ্বাচনত ৮ খন আসনত প্ৰতিদন্দিতা কৰিব ইউপিপিএলে ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক