New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/jerifa.jpg)
- অসম জাতীয় পৰিষদত যোগদান কৰিব অভিনেত্ৰী জেৰিফা ৱাহিদে ।
- সোমবাৰে সন্ধিয়া যোগদান কৰিব অভিনেত্ৰী গৰাকীয়ে ।
- অভিনেত্ৰী গৰাকীৰ লগত বহু বিশিষ্ট ব্যক্তিয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত ।
- যোগদান কাৰ্যসূচীত উপস্থিত থাকিব অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us