New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/11.jpg)
- শুক্ৰবাৰে নামনিৰ ৩ খনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলালে জে পি নাড্ডাই।
- পাটাচাৰকুছি, বকো আৰু পূব গুৱাহাটী সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে নেতা গৰাকীয়ে।
- সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা নাড্ডাৰ।
- কংগ্ৰেছক সাম্প্ৰদায়িক দল আখ্যা নাড্ডাৰ।
- ৰাহুল গান্ধীকো তীব্ৰ কটাক্ষ কৰে নেতা গৰাকীয়ে।
- ৰাহুলক 'পলিটিকেল টুৰিষ্ট' আখ্যা জে পি নাড্ডাৰ।
- ভাষনত বিজেপি চৰকাৰ সাফল্য খটিয়ান দাঙি ধৰিলে নাড্ডাই।
- মাৰ্চৰ ভিতৰত ১লাখ লোকক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি নাড্ডাৰ।
- বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিক দাসক প্ৰশংসা জে পি নাড্ডাৰ।