দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ: পুনৰ কোৰোনাত আক্ৰান্ত ৫৩,৪৮০ গৰাকী…

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ: পুনৰ কোৰোনাত আক্ৰান্ত ৫৩,৪৮০ গৰাকী…

author-image
asomiyapratidin
New Update
অসমত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণঃ ৰাজ্যত নতুনকৈ ৭৮৪জন কোভিড পজিটিভ, ১৫জনৰ মৃত্যু…

  • দেশত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ৫৩,৪৮০ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ৪১,২৮০ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৩৫৪ গৰাকীৰ ।
  • দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত হয় ১,২১,৪৯,৩৩৫ গৰাকী ।
  • কোৰোনাত আক্ৰান্ত হৈ সৰ্বমুঠ মৃত্যু হয় ১,৬২,৪৬৮ গৰাকী ।
  • দেশত ৬,৩০,৫৪,৩৫৩ গৰাকী লোকক কোভিড ভেকচিন প্ৰদান কৰা হয় ।