New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-2.jpg)
- নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আদালতৰ কাষ নাচাপে হিমন্ত বিশ্ব শৰ্মা ।
- টুইটাৰ যোগে এই কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ।
- ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰে আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলি জানিব দিছিল ।
- ৪৮ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহনত হিমন্ত বিশ্ব শৰ্মাক নিষেধাজ্ঞা জাৰি কৰিছিল নিৰ্বাচন আয়োগে ।