হোটেল ৰাজনীতিঃ ৩ মে’ পৰ্যন্ত বুকিং গুৱাহাটী-তেজপুৰৰ হোটেলৰ কোঠা…

হোটেল ৰাজনীতিঃ ৩ মে’ পৰ্যন্ত বুকিং গুৱাহাটী-তেজপুৰৰ হোটেলৰ কোঠা…

author-image
asomiyapratidin
New Update
আৰম্ভ বিধানসভা নিৰ্বাচনৰ ভোটগণনা…

  • ৩ মে' পৰ্যন্ত কংগ্ৰেছ প্ৰাৰ্থীৰ বাবে বুকিং কেইবাখনো হোটেল।
  • গুৱাহাটী-তেজপুৰৰ হোটেলত পুনৰ বন্দী হ'ব কংগ্ৰেছ প্ৰাৰ্থী।
  • নামনি আৰু গুৱাহাটীৰ প্ৰাৰ্থীসকলক ৰখা হ'ব গুৱাহাটীত।
  • তেজপুৰত ৰখা হ'ব ভালেই কেইজন প্ৰাৰ্থীক।
  • তেজপুৰৰ গ্ৰীনউড হোটেলত ইতিমধ্যে বুকিং ৪২ টাকৈ কোঠা।