নিষেধাজ্ঞা ২৪ ঘন্টালৈ হ্ৰাস,পুনৰ নিৰ্বাচনী প্ৰচাৰত নামিব হিমন্ত…

নিষেধাজ্ঞা ২৪ ঘন্টালৈ হ্ৰাস,পুনৰ নিৰ্বাচনী প্ৰচাৰত নামিব হিমন্ত…

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

  • শনিবাৰে পুনৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
  • পশ্চিম গুৱাহাটী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব হিমন্তই।
  • শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা পুনৰ প্ৰচাৰত নামি পৰিব মন্ত্ৰী গৰাকী ।
  • সোনাৰাম খেলপথাৰৰ পৰা লালগনেশলৈ ৬ কিমি পদযাত্ৰা কৰিব মন্ত্ৰী গৰাকীয়ে ।
Advertisment


— Himanta Biswa Sarma (@himantabiswa) April 3, 2021

  • টুইটাৰ যোগে হিমন্তই এই কথা সদৰি কৰে ।
  • নিৰ্বাচন আয়োগে হাগ্ৰামা সন্দৰ্ভত মন্তব্যৰ বাবে হিমন্তক নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ।
  • আয়োগে শনিবাৰে ৪৮ ঘন্টাৰ নিষেধাজ্ঞা ২৪ ঘন্টালৈ হ্ৰাস কৰে ।