New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/himanta-2.jpg)
- আজি অৰ্থাৎ শুকুৰবাৰে মনোনয়ন দাখিল কৰিব জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
- এক বিশাল ৰেলীৰে সোনাৰাম হাইস্কুল খেলপথাৰৰ উপায়ুক্ত কাৰ্যালয়লা পৰা ৰেলী কৰি মনোনয়ন দাখিল কৰিব মন্ত্ৰী গৰাকীয়ে ।
- মন্ত্ৰী গৰাকীৰ মনোনয়ন অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৫ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সম্ভবনা ।
- শুকুৰবাৰে দুপৰীয়া ১২ বজাত দাখিল কৰিব মনোনয়ন ।
- মনোনয়ন অনুষ্ঠানত লক্ষাধিক লোক উপস্থিত থকাৰ সম্ভাৱনা ।
- শুকুৰবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নৰ বাবে অন্তিম দিন ।