দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা হেভিৱেট প্ৰাৰ্থী সকল…

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা হেভিৱেট প্ৰাৰ্থী সকল…

author-image
asomiyapratidin
New Update
অসম বিধানসভা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন : মহিলাই পৰিচালিত কৰিব ৫৫৬টা ভোটগ্ৰহন কেন্দ্ৰ…

  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা হেভিৱেট প্ৰাৰ্থী সকল –
  • ধলাইত -পৰিমল শুক্লবৈদ্য
  • কাটিগড়াত – গৌতম ৰয়
  • ডিফুত – বিদ্যা সিং ইংলে আৰু মন্ত্ৰী চুম ৰংহাং
  • ৰঙিয়াত – ভবেশ কলিতা
  • নলবাৰীত – জয়ন্ত মল্ল বৰুৱা
  • পানেৰিত – বিশ্বজিত দৈমাৰী
  • ছিপাঝাৰত – পৰমানন্দ ৰাজবংশী
  • ওদালগুৰিত – মন্ত্ৰী ৰিহন দৈমাৰী
  • জাগীৰোডত – মন্ত্ৰী পীয়ুষ হাজৰিকা
  • মৰিগাওত – ৰমাকান্ত দেউৰী
  • নগাওঁত – ৰূপক শৰ্মা
  • যমুনামুখত – চিৰাজউদ্দিন আজমল
  • দক্ষিন কৰিমগঞ্জত – ছিদ্দিক আহমেদ ।