New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/nirbason-2021.jpg)
- লাহৰিঘাটত উত্তপ্ত পৰিস্থিতি ।
- এটা ভোটগ্ৰহন কেন্দ্ৰত নিৰাপত্তাৰক্ষীৰ সৈতে ভোটাৰৰ হতাহতি
- এজন আৰক্ষী জোৱান গুৰুতৰ ভাবে আহত ।
- শৰী পতাকলৈ কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
- আৰক্ষীৰ সৈতে কেইবাজনো ভোটাৰ আহত হয় ।
- ভুৰগাওঁ বালিকা মধ্য ইংৰাজী বিদ্যালয় ভোটকেন্দ্ৰত এই ঘটনা সংঘটিত হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us