New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/rajen-gohai.jpg)
- প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা বিজেপি নেতা ৰাজেন গোঁহাই ভোটদান ।
- বিজেপি নেতা গৰাকীয়ে নগাওঁৰ এক ভোটকেন্দ্ৰত সব্যস্ত কৰে ভোটাধিকাৰ ।
- প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৪৭ খন আসনৰ ভিতৰত ৩৫ খন আসন পাব বুলি মন্তব্য গোঁহাইৰ ।
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বহুতো আসন পাব বুলি দাবী বিজেপি নেতা গৰাকীৰ ।
- বিজেপিয়ে নিসন্দেহে ৭৫তকৈ অধিক আসনেৰে চৰকাৰ গঠন কৰিব বুলি মন্তব্য প্ৰাক্তন সাংসদ গৰাকীৰ ।