মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলেৰ…

মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলেৰ…

author-image
asomiyapratidin
New Update
মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলেৰ…

  • মাজুলীত নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন মন্ত্রী পদ্মেশ্বৰ দলেৰ মনোনয়ন প্ৰত্যাহাৰ।
  • অগপ চৰকাৰৰ কাৰ্য্য কালত কাৰাগাৰ আৰু কৃষি মন্ত্রী আছিল দলে।
  • মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপি দলত যোগদান কৰে প্ৰাক্তন মন্ত্রী গৰাকীয়ে।
  • মুখ্যমন্ত্রীৰ উন্নয়নৰ ধাৰাৰ প্ৰতি সমৰ্থন জনাই বিজেপিত যোগদান পদ্মেশ্বৰ দলেৰ।
  • এজেপি দলত টিকত নাপাই নিৰ্দলীয় কৈ মনোনয়ন পত্র প্ৰদান কৰিছিল দলে।।
  • আজি আনুষ্ঠানিক ভাবে মিত্র জোটৰ নিৰ্বাচনী কাৰ্যালয়ত বিজেপি ত যোগদান।
  • সাংবাদিক ৰ প্ৰশ্ন ত হঠাৎ উত্তেজিত হৈ পৰে দলে। অসম জাতীয় পৰিষদে অপমান কৰাৰ অভিযোগ। ধনৰ লেনদেনৰ বিনিময়ত অসম গন পৰিষদৰ দিনত মোক টিকটৰ পৰা বঞ্চিত কৰিছিল আৰু এতিয়া অসম জাতীয় পৰিষদে একেই কৰিলে।
  • উল্লেখযোগ্য যে দলে প্ৰতিতো নিৰ্বাচনতে এনেদৰে মনোনয়ন পত্ৰ প্ৰদান আৰু প্ৰত্যাহাৰ ৰ নাটক কৰি আহিছে। ইয়াৰ অন্তৰালৰ ৰহস্য সচেতন ৰাইজৰ বুজিবলৈ বাকী নাই।