বিহপুৰীয়াত ভূপেন বৰাৰ হৈ প্ৰচাৰ চলাবলৈ উপস্হিত অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি

বিহপুৰীয়াত ভূপেন বৰাৰ হৈ প্ৰচাৰ চলাবলৈ উপস্হিত অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি

author-image
asomiyapratidin
New Update
বিহপুৰীয়াত ভূপেন বৰাৰ হৈ প্ৰচাৰ চলাবলৈ উপস্হিত অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ বিহপুৰীয়াত ভূপেন বৰাৰ হৈ প্ৰচাৰ চলাবলৈ সোমবাৰে উপস্হিত হ'ল অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকি। সমষ্টিটোৰ ভোগপুৰ চাৰিআলিৰ ভূপেন বৰাৰ বাসগৃহত উপস্হিত হোৱাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক উষ্ণ আদৰণি জনোৱা হয়।

Advertisment

ইয়াৰ পিছতে সমষ্টিটোৰ কেইবাখনো জন সভাত অংশ লোৱাৰ উদ্দেশ্যে নাবাম টুকি ৰাওনা হয়।