বৃহস্পতিবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ…

বৃহস্পতিবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ…

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

  • আজি অৰ্থাৎ বৃহস্পতিবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ।
  • বৃহস্পতিবাৰে বিয়লি ৬ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ ।
  • ২৭ মাৰ্চত ৪৭ টা অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহন ।
  • এই সময়ছোৱাত কোনো সভা, শোভাযাত্ৰা উলিয়াব নোৱাৰিব ।
  • এই নিষেধাজ্ঞা নামানিলে দুবছৰ পৰ্যন্ত সশ্ৰম কাৰাদন্দ হ'ব পাৰে ।