ওদালগুৰিত ইভিএমৰ বিসংগতি…

ওদালগুৰিত ইভিএমৰ বিসংগতি…

author-image
asomiyapratidin
New Update
লাহৰিঘাটৰ ভোটকেন্দ্ৰত শাৰী পতাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি…

  • ওদালগুৰিত ইভিএম বিসংগতিৰ ঘটনা ।
  • ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুমগাওঁ প্ৰাথমিক বিদ্যালয়ৰ(সোফাল)ভোটগ্ৰহণ কেন্দ্ৰত এই বিসংগতি ।
  • ভোটগ্ৰহণ কেন্দ্ৰটোৰ নম্বৰ হৈছে ১৩৯ ।
  • ইতিমধ্যে সলনি কৰা হ'ল ইভিএম ছেট ।
  • পুৱা ৭-২০ বজা পৰ্যন্ত অনুষ্ঠিত হোৱা নাই ভোটগ্ৰহণ প্ৰক্ৰিয়া ।
  • উক্ত কেন্দ্ৰত ভোটদান কৰিব সমষ্টিটোৰ ইউপিপিএল প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।