Election 2021 অসম বৰপথাৰ নিম্ন বুনিয়াদী বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এমৰ বিসংগতি… বৰপথাৰ নিম্ন বুনিয়াদী বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এমৰ বিসংগতি… asomiyapratidin 01 Apr 2021 10:15 IST Follow UsNew Updateছিপাঝাৰ সমষ্টিৰ দুনী গাঁও পঞ্চায়তৰ বৰপথাৰ নিম্ন বুনিয়াদী বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এমৰ বিসংগতি।১০৫ নং ভোট গ্ৰহণ কেন্দ্ৰটোৰ সোঁ শাখাৰ ই ভি এম বিকল।প্ৰায় এঘন্টা সময় পলমকৈ আৰম্ভ ভোট গ্ৰহন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক