Election 2021 অসম শিলচৰ আৰু নগাওত ইভিএমৰ বিসংগতি… শিলচৰ আৰু নগাওত ইভিএমৰ বিসংগতি… asomiyapratidin 01 Apr 2021 07:53 IST Follow UsNew Updateশিলচৰৰ নিৰ্তামোয়ে বালিকা বিদ্যালয়ত ইভিএমৰ বিসংগতি ।১৪৬ নম্বৰ ভোটকেন্দ্ৰটোত ইভিএমৰ বিসংগতিৰ বাবে বন্ধ হৈছে ভোটদান ।নগাওঁ আইন মহাবিদ্যালয় ভোটকেন্দ্ৰত ইভিএমৰ বিসংগতি ।ইভিএমৰ বিসংগতিৰ বাবে ২৬ নম্বৰ ভোটকেন্দ্ৰত ভোটদানৰ ক্ষেত্ৰত বিলম্ব ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক