New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor.jpg)
- কলগাছিয়াৰ ৫৯ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।
- যোগীঘোপাৰ ৩৫ নং ভোটগ্ৰহণ কেন্দ্ৰতো ই ভি এম বিকল।
- দিছপুৰ সমষ্টিৰো দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।
- দিছপুৰৰ ১২৯, ১৩০ ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।
- ২১ নং মেনকা চাহবাগিচাৰ ভোটগ্ৰহণ কেন্দ্ৰতো ই ভি এম বিকলৰ খবৰ।
- কোকৰাঝাৰ হল্টুগাঁৱৰ লএটা ভোটগ্ৰহণ কেন্দ্ৰতো বিকল ই ভি এম বিকল।
- ই ভি এম বিকলৰ বাবে এতিয়ালৈকে ভোট দান কৰিব পৰা নাই বহু লোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us