New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor.jpg)
- লাহৰিঘাটৰ ফলিহামাৰীত নিৰ্বাচনী হিংসা।
- বিধায়ক নজৰুল ইছলামৰ সভালৈ শিলগুটি নিক্ষেপ।
- বিধায়ক গৰাকীৰ বাহনতো আক্ৰমণ।
- শিলগুটি নিক্ষেপত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী কংগ্ৰেছ কৰ্মী।
- ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup