Election 2021 অসম চামগুৰিত নিৰ্বাচনী বিষয়াৰ বাহনত আক্রমণ… চামগুৰিত নিৰ্বাচনী বিষয়াৰ বাহনত আক্রমণ… asomiyapratidin 27 Mar 2021 13:08 IST Follow UsNew Updateচামগুৰিত নিৰ্বাচনী বিষয়াৰ বাহনত আক্রমণ ।বাজিয়াগাঁৱস্থিত আন এক ভোটগ্রহণ কেন্দ্রত উত্তেজনা ।দুৰ্বৃত্তই ভাঙিলে নিৰ্বাচনী বিষয়াৰ বাহন ।ঘটনাস্থলীৰ পৰা পলায়ন কৰে বিষয়াগৰাকীয়ে ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক