কোনে কোনে পাব টিকটঃ আজি চূড়ান্ত হ’ব বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা

কোনে কোনে পাব টিকটঃ আজি চূড়ান্ত হ’ব বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা

author-image
asomiyapratidin
New Update
আৰম্ভ বিধানসভা নিৰ্বাচনৰ ভোটগণনা…

  • আজি চূড়ান্ত কৰা হব বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা।
  • দিল্লীত চূড়ান্ত কৰা হব এই তালিকাখন।
  • ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ বাসগৃহত বিয়লিলৈ অনুষ্ঠত হব এখন বৈঠক।
  • এই বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দিলীপ শইকীয়াও উপস্থিত থাকিব বৈঠকত।
  • শুকুৰবাৰেই দিল্লীত উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব।
  • এই বৈঠকৰ পাছতে বিজেপিৰ তৃতীয়খন খন তালিকা ঘোষণা কৰা পূৰ্ণ সম্ভাৱনা আছে।