New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/4-1.jpg)
- ৰংজা খুংগুৰ বসুমতাৰীক নিৰ্বাচন আয়োগৰ তলব।
- তামুলপুৰৰ বিপিএফ দলৰ প্ৰাৰ্থী আছিল ৰংজা খুংগুৰ।
- বিপিএফৰ পৰা বিজেপিত যোগদান কৰিছিল ৰংজা খুংগুৰে।
- নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব শুনানি।
- শনিবাৰে ১২ বজাত হ'বলগীয়া শুনানিত উপস্থিত থকাৰ নিৰ্দেশ।
- ভিডিঅ' কনফাৰেসিং যোগে শুনানি ল'ব নিৰ্বাচনী আয়ুক্তই.
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us