দ্বিতীয় পৰ্যায়ত ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে…

দ্বিতীয় পৰ্যায়ত ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ত ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে…

  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ ।
  • কাইলৈ ৰাজ্যৰ ৩৯টা সমষ্টিত হ'ব ভোটগ্রহণ ।
  • দ্বিতীয় পৰ্যায়ত ৩৪৫ গৰাকী প্রাৰ্থীৰ প্রতিদ্বন্দ্বিতা ।
  • দ্বিতীয় পৰ্যায়ত পুৰুষ প্রাৰ্থী ৩১৯ গৰাকী আৰু মহিলা ২৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ।
  • ২য় পৰ্যায়ৰ নিৰ্বাচনত আটাইতকৈ জ্যেষ্ঠ প্রাৰ্থী দুলাল সূত্রধৰ(৮২)
  • দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰ আছে ৭৩,৪৪,৬৩১ গৰাকী
  • দ্বিতীয় পৰ্যায়ত পুৰুষ ভোটাৰ ৩৭,৩৪,৫৩৭ গৰাকী
  • দ্বিতীয় পৰ্যায়ত মহিলা ভোটাৰ ৩৬,০৯,৯৫৯ গৰাকী ।
  • তৃতীয় লিংগৰ ভোটাৰ ১৩৫
  • ৮০ বছৰ ঊৰ্ধ্বৰ ২১,২৮১ গৰাকীলৈ পোষ্টেল বেলটৰ ব্যৱস্থা
  • ৫,৪০৭ গৰাকী দিব্যাংগ ভোটাৰলৈ পোষ্টেল বেলট
  • ২,৬৫,৮৮৬ গৰাকীৰে সৰ্বাধিক ভোটাৰ আছে হোজাই সমষ্টিত
  • ১,৩২,৩৩৯ গৰাকীৰে সৰ্বনিম্ন ভোটাৰ আছে হাওৰাঘাট সমষ্টিত
  • আলগাপুৰ সমষ্টিত আছে সৰ্বোচ্চ ১৯ গৰাকী প্রাৰ্থী
  • ওদালগুৰি সমষ্টিত সৰ্বনিম্ন দুগৰাকী প্রাৰ্থীৰ প্রতিদ্বন্দ্বিতা
  • ৮০ বছৰ ঊৰ্ধ্বৰ ভোটাৰ আছে ৮৯,৮৭৫ গৰাকী
  • ৫,৭৭৪টা স্থানত মুঠ ভোটকেন্দ্র আছে ১০,৫৯২টা
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১১৭টা আছে মডেল ভোটকেন্দ্র
  • ৫৫৬টা আছে মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্র
  • দ্বিতীয় পৰ্যায়ত জড়িত ৪২,৩৬৮ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মী
  • স্পৰ্শকাতৰ এলেকাত বিশেষ ব্যৱস্থা নিৰ্বাচন আয়োগৰ
  • নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে ৩১০টা কোম্পানী