New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/election.jpg)
- এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাড়েই ।
 - প্ৰথম পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ'ব ২৭ মাৰ্চত
 - প্ৰথম পৰ্যায়ত ৮১ লাখ ৯ হাজাৰ ৮৫০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব
 - প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৪১ গৰাকী পুৰুষ প্ৰাৰ্থী
 - প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৩ গৰাকী মহিলা প্ৰাৰ্থী
 - ২৬৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত
 - প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ পলিং ষ্টেছন ১১৫৩৭ টা
 - প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৯৬২০ মূল পলিং ষ্টেছন
 - প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অতিৰিক্ত পলিং ষ্টেছন ১৯১৭ টা
 - মুঠ পলিং পাৰ্ছনেল ২লাখ ৪১ হাজাৰ ২৬৯ গৰাকী নিয়োগ কৰা হৈছে
 - প্ৰতি বিধানসভা সমষ্টিৰ ৫০ শতাংশ পলিং ষ্টেছনত ৱেব কাষ্টিং হব
 - প্ৰতি জিলাত থাকিব কন্ট্ৰ'ল ৰুম আৰু ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত থাকিব কন্ট্ৰ'ল ৰুম
 - বিভিন্ন এজেন্সীয়ে নিৰ্বাচনৰ সময়ত ৮৭কোটি ৯৬ লাখ ১৩৭৩২ টকা জব্দ কৰা হৈছে
 - ভোটাৰক দিয়া হব হেন্ড ৱাছ,মাস্ক আৰু গল্ভছ
 - ভোট কেন্দ্ৰলৈ অহা সময়ত মাস্ক পিন্ধি আহিবলৈ ভোটাৰক অনুৰোধ
 - ৩.৬৬ লাখ লিটাৰ সুৰা জব্দ কৰিছে অসম আৰক্ষীয়ে
 - ১০ কোটি টকা ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে
 - ক'ভিড প্ৰট'কলৰ সন্দৰ্ভত দায়সৰা মন্তব্য কৰে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে ।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us