New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/hbs.jpg)
- আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশ ল'ব নোৱাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাত বাধা নিৰ্বাচন আয়োগৰ ।
- ৪৮ ঘন্টাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাধা আৰোপ আয়োগৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/1-1-1024x1024.jpg)
- হাগ্ৰামা মহিলাৰী সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল কেইবাটাও আপত্তিজনক মন্তব্য ।
- আনকি জেললৈ প্ৰেৰণ কৰাৰ ভাবুকিও প্ৰদান কৰিছিল হাগ্ৰামাক হিমন্তবিশ্বই ।
- এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা হৈছিল অভিযোগ ।
- কাৰণ দৰ্শোৱাৰ জানননী প্ৰেৰণ কৰিছিল আয়োগে হিমন্ত বিশ্ব শৰ্মালৈ ।
- ১ এপ্ৰিলত প্ৰেৰণ কৰা হৈছিল এই জাননী ।
- ২ এপ্ৰিলৰ ৬ বজাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছিল আয়োগে ।
- তাৰ পিছতে নিৰ্বাচন আয়োগৰ নিৰ্দেশ ৪৮ ঘন্টাৰ বাবে কোনো নিৰ্বাচনী সভাত অংশ ল'ব নোৱাৰিব হিমন্ত বিশ্বই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/3-1-1024x1024.jpg)
- ৬ এপ্ৰিলত আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ।
- নিৰ্বাচনৰ ৪৮ ঘন্টা পূৰ্বে বন্ধ হ'ব নিৰ্বাচনী প্ৰচাৰ ।
- ৪ এপ্ৰিলত অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ।
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰলৈ মাজত আছে দুটা দিন ।
- ৪৮ ঘন্টাৰ বাবে নিৰ্বাচন আয়োগে বাধা প্ৰদান কৰা সূত্ৰে আৰু নিৰ্বাচনী সভাত অংশ ল'ব নোৱাৰিব হিমন্ত বিশ্বই ।