উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য‍্যবাহী সদস্যৰ…

উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য‍্যবাহী সদস্যৰ…

author-image
asomiyapratidin
New Update
উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য‍্যবাহী সদস্যৰ…

ডিজিটেল সংবাদ, গহপুৰ : গহপুৰত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য‍্যবাহী সদস্য পৰমানন্দ ছায়েঙীয়াৰ বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ।৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ ভাৰতীয় মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ উৎপল বৰাৰ হৈ গহপুৰৰ মিচিং অধ্যুষিত অঞ্চল সমূহত নিৰ্বাচনী প্ৰচাৰ চলায় পৰমানন্দ ছায়েঙীয়াই।

Advertisment

ৰাওনমূখ ,বৰতামুলী,খাৰৈপৰীয়া ,মিছামাৰি ,টকৌবাৰীত যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি উৎপল বৰাক জয়ী কৰাবলৈ অনুৰোধ জনায়। এই মিচিং নেতা গৰাকীৰ প্ৰচাৰৰ ফলত ৰিপুন বৰাক প্ৰভাব পেলোৱাৰ সম্ভাবনা আছে ।