New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/akhil.jpg)
- শিবসাগৰত অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সমৰ্থকৰ ।
- এক বৃহৎ ৰেলী উলিয়াই অখিল গগৈৰ সমৰ্থক সকলে ।
- অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও আৰু ভগ্নীয়েও অংশ গ্ৰহন কৰে এই ৰেলীত ।
- বহু হাজাৰ সমৰ্থকে ৰেলীত অংশগ্ৰহন কৰে ।
- কাৰাৰুদ্ধ অখিল গগৈ শিবসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ।