মঙলদৈত শৰীৰচৰ্চাবিদে যোগদান কৰিলে কংগ্রেছত…

মঙলদৈত শৰীৰচৰ্চাবিদে যোগদান কৰিলে কংগ্রেছত…

author-image
asomiyapratidin
New Update
মঙলদৈত শৰীৰচৰ্চাবিদে যোগদান কৰিলে কংগ্রেছত…

ডিজিটেল সংবাদ, মঙলদৈ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলেৰেই তৎপৰতা বৃদ্ধি হৈ অহা পৰিলক্ষিত হৈছে। বৃহস্পতি বাৰে মঙলদৈ বিধান সভা সমষ্টিৰ গেৰিমাৰী অৰ।অৰ্ধশতাধিক শৰীৰচৰ্চা বিদে কংগ্ৰেছ দলত যোগদান কৰে।

Advertisment

কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাসৰ উপস্থিতত বিশিষ্ট শৰীৰচৰ্চা বিদ কবিৰ নেওগৰ নেতৃত্বত মঙলদৈৰ এই লোকে সকলে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰে।
এই যোগদানে আগন্তুক নিৰ্বাচনত বিশেষ তাৎপয্য বহন কৰিব বুলি মঙলদৈত চৰ্চা লাভ কৰিছে।যোগদান অনুষ্ঠানত কংগ্রেছ নেতা চন্দন বৰুৱা,জিংকুল আলি আৰু ৰাকেশ বৰুৱাই অংশগ্রহণ কৰে ।