কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ অলিৰ মনোনয়ন দাখিল…

কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ অলিৰ মনোনয়ন দাখিল…

author-image
asomiyapratidin
New Update
কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ অলিৰ মনোনয়ন দাখিল…

ডিজিটেল সংবাদ,মঙলদৈ : শুক্ৰবাৰে দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল ৰ অন্তিম দিনটোত মঙলদৈতে প্ৰথম খন মনোনয়ন দাখিল কৰিলে দলগাওঁ কংগ্ৰেছৰ প্ৰাৰ্থী ইলিয়াছ অলিয়ে ।
অতি কম সংখ্যক সমৰ্থকৰে আহি মনোনয়ন দাখিল কৰে ইলিয়াছ আলিয়ে।

Advertisment

ইলিয়াছ আলি যোৱা তিনিবাৰৰ দলগাওঁৰ বিধায়ক । মিত্ৰজোত ৰ প্ৰাৰ্থী গৰাকীয়ে চতুৰ্থ বাৰৰ বাবেও বিপুল সংখ্যক ভোট ত জয়ী হব বুলি নিশ্চিত বুলি কয় । উল্লেখযোগ্য যে দলগাওঁত এআইইউডিএফেৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছে ।