বিধানসভা নিৰ্বাচনঃ প্রথম পৰ্যায়ত কংগ্ৰেছৰ কোনে ক’ৰ পৰা পালে টিকট…

বিধানসভা নিৰ্বাচনঃ প্রথম পৰ্যায়ত কংগ্ৰেছৰ কোনে ক’ৰ পৰা পালে টিকট…

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

ডিজিটেল ডেস্কঃ অসম বিধানসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী। আনবোৰ ৰাজনৈতিক দলৰ লগতে শনিবাৰে নিশা কংগ্ৰেছেও প্রথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ নামৰ তালিকা ঘোষণা কৰে। প্ৰথম পৰ্যায়ত ৪০জন লোকক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।

Advertisment

প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ এই প্ৰাৰ্থীসকল ক্ৰমে-

  • ঢেকীয়াজুলি- বেনুধৰ নাথ।
  • বৰচলা- ৰাম প্ৰসাদ শৰ্মা।
  • তেজপুৰ- ড০ অনুজ কুমাৰ মেচ।
  • ৰঙাপাৰা- অভিজিৎ হাজৰিকা।
  • ছুতিয়া- প্ৰাণেশ্বৰ বসুমতাৰী।
  • বিশ্বনাথ- অঞ্জন বৰা।
  • গহপুৰ- ৰিপুন বৰা।
  • বটদ্ৰৱা- শিৱামণি বৰা।
  • ৰূপহীহাট- মঃ নুৰুল হুদা।
  • চামগুৰি- ৰকিবুল হুছেইন।
  • কলিয়াবৰ- প্ৰশান্ত কুমাৰ শইকীয়া।
  • সৰুপথাৰ- ৰ'জলীনা টিৰ্কী।
  • গোলাঘাট- বিতুপন শইকীয়া।
  • খুমটাই- বিস্মিতা গগৈ।
  • ডেৰগাঁও(এছচি)- বাণী হাজৰিকা।
  • যোৰহাট- ৰাণা গোস্বামী।
  • মাজুলী (এছটি)- ৰাজীৱ লোচন পেগু।
  • মৰিয়নী- ৰূপজ্যোতি কুৰ্মী।
  • টিয়ক- পল্লৱী গগৈ।
  • আমগুৰি- অংকিতা দত্ত।
  • নাজিৰা- দেবব্ৰত শইকীয়া।
  • মাহমৰা- সুৰুজ দিহিঙীয়া।
  • সোণাৰী- সুশীল কুমাৰ ছুৰী।
  • থৌৱৰা- সুশান্ত বৰগোঁহাই।
  • শিৱসাগৰ- শুভ্ৰমিত্ৰা গগৈ।
  • বিহপুৰীয়া- ভূপেন কুমাৰ বৰা।
  • লখিমপুৰ- জয় প্ৰকাশ।
  • ধেমাজি(এছটি)- শৈলেন সোণোৱাল।
  • জোনাই(এছটি)- হেমা হৰি প্ৰসন্ন পেগু।
  • মৰাণ- প্ৰাঞ্জল ঘাটোৱাৰ।
  • ডিব্ৰুগড়- ৰাজকুমাৰ নীলানেত্ৰ নেওগ।
  • লাহোৱাল- মনোজ ধনোৱাৰ।
  • দুলীয়াজান- ধ্ৰুৱ গগৈ।
  • টিংখং- অতুৱা মুণ্ডা।
  • নাহৰকটীয়া- প্ৰণতী ফুকন।
  • চাবুৱা- অজয় ফুকন।
  • ডিগবৈ- শিৱনাথ চেতীয়া।
  • মাৰ্ঘেৰিটা- মনোৰঞ্জন বৰগোঁহাই।
  • ডুমডুমা- দুৰ্গা ভুমজী।
  • শদিয়া- লখিনচন্দ্ৰ চেতীয়া।