চলি আছে কংগ্ৰেছৰ স্ত্ৰিণিং কমিটিৰ বৈঠকঃ শনিবাৰেহে প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ সম্ভাৱনা…

চলি আছে কংগ্ৰেছৰ স্ত্ৰিণিং কমিটিৰ বৈঠকঃ শনিবাৰেহে প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ সম্ভাৱনা…

author-image
asomiyapratidin
New Update
চলি আছে কংগ্ৰেছৰ স্ত্ৰিণিং কমিটিৰ বৈঠকঃ শনিবাৰেহে প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ সম্ভাৱনা…

  • হোটেল পালাছিঅত কংগ্ৰেছৰ স্ত্ৰিণিং কমিটিৰ বৈঠক চলি আছে।
  • আজি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা ক্ষীঁণ।
  • হোটেলৰ বাহিৰত টিকট প্ৰত্যাশী প্ৰাৰ্থী আৰু সমৰ্থকৰ ভিৰ।
  • কেইবাটাও সমষ্টিক লৈ লব পৰা নাই সিদ্ধান্ত।
  • স্ত্ৰিণিং কমিটিৰ বৈঠকত উপস্থিত আছে ৰিপুণ বৰা আৰি দেৱব্ৰত শইকীয়া।
  • ইফালে তাজ ভিভান্টাতো গুৰুত্বপূৰ্ণ বৈঠক অগপ প্ৰগতিশীলৰ।
  • কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে প্ৰফুল্ল কুমাৰ মহন্তই।
  • এই কথা সদৰি কৰিছে ৰিপুণ বৰাই।
  • শনিবাৰেহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ সম্ভাৱনা আছে।