Election 2021 অসম মাস্কক লৈ দুই ফৈদৰ সংঘাত মাস্কক লৈ দুই ফৈদৰ সংঘাত asomiyapratidin 06 Apr 2021 16:08 IST Follow UsNew Update গোলকগঞ্জৰ ২০০৮ নং দীঘলটাৰী হাইমাদ্ৰাছা ভোটগ্ৰহণ কেন্দ্ৰত সংঘাত। মাস্কক লৈ দুই ফৈদৰ মাজত সংঘাত।অপপ্ৰচাৰক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তুমুল সংঘাত।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা নিৰাপত্তাৰক্ষীৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক