New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/4-2.jpg)
- দেওবাৰে ৩য় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন।
- অন্তিম দিনত শুৱালকুছিৰ জনসভাত অংশ ল'লে সৰ্বানন্দ সোণোৱালে।
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ।
- হিমন্তক সতীৰ্থ মন্ত্ৰী হিচাপে মই গৌৰৱান্বিতঃ সোণোৱাল।
- ১ লাখ ৯০ হাজাৰ ভোট পাব হিমন্তইঃ সোনোৱাল।
- হিমন্ত বিশ্ব মোৰ ভাতৃপ্ৰতীমঃ সোণোৱাল।
- ১২৬ টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটত হিমন্তক জিকাব লাগিবঃ সোণোৱাল।