New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/NIRDOLIA.jpg)
- তেজপুৰত অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীৰ মনোনয়ন দাখিল।
- তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰে গোস্বামীয়ে ।
- অগপই তেজপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল পৃথিৰাজ ৰাভাক ।
- অগপই টিকট প্ৰদান নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰে জ্যেষ্ঠ নেতা গৰাকীয়ে ।
- বহু সমৰ্থকৰ উপস্থিতি তেজপুৰত মনোনয়ন দাখিল কৰে গোস্বামীয়ে ।