Election 2021 অসম তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ বৃন্দাবন গোস্বামীৰ… তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ বৃন্দাবন গোস্বামীৰ… asomiyapratidin 12 Mar 2021 15:28 IST Follow UsNew Updateতেজপুৰত বৃন্দাবন গোস্বামীৰ মনোনয়ন প্ৰত্যাহাৰ ।নিৰ্দলীয় প্ৰাৰ্থী ৰূপে গোস্বামীৰে দাখিল কৰিছিল মনোনয়ন ।অগপৰ পৰা টিকট নাপাই গোস্বামীয়ে দাখিল কৰিছিল মনোনয়ন ।ইয়াৰ পূৰ্বে মৰিয়নিত মনোনয়ন প্ৰত্যাহাৰ কৰিছিল অখিল গগৈয়ে । আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক