Election 2021 অসম বোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান… বোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান… asomiyapratidin 18 Mar 2021 14:19 IST Follow UsNew Updateবোকাখাতত ৰাইজৰ দলৰ নেতাৰ অগপত যোগদান ।ৰাইজৰ দলৰ মুখ্য আহ্বায়ক, সম্পাদক মনোজ গগৈৰ অগপত যোগদান ।আছুৰ শতাধিক কৰ্মীৰো যোগদান অগপত ।অগপত যোগদান কংগ্রেছ, আপ, বোকাখাত নিৰ্মাণ গোটৰ বহু সদস্যৰ ।অগপ সভাপতি অতুল বৰাৰ বাসগৃহত আনুষ্ঠানিক যোগদান ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক