/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/dangor-khobor-1.jpg)
ডিজিটেল ডেস্ক : সন্মানীয় দিছপুৰ সমষ্টিত বিজেপিয়ে কাক প্ৰক্ষেপ কৰিব এইবাৰ । কিছু সময় পিছতে আনুষ্ঠানিক ভাবে প্ৰকাশ পাব এই তালিকা । এক সুত্ৰ অনুসৰি এইবাৰ দিছপুৰত অতুল বৰাৰ সলনি জয়ন্ত কুমাৰ দাসে প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈছে ।
অবশ্যে সেই খবৰ এতিয়াও বিজেপিৰ নেতৃত্বই আনুষ্ঠানিক ভাবে ঘোষণা কৰা নাই । দিল্লীত অনুষ্ঠিত বৈঠকত দিছপুৰৰ লহতে বহু প্ৰত্যাশিত পূব গুৱাহাটী সমষ্টিৰো প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হৈছে । দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্বৰ দাবীদাৰ সকলৰ ভিতৰত উৎসাহিত আন এটা নাম আছিল মৃগাংক বৰ্মনো ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us