বিজেপিৰ ৰাজ্যিক মুখপাত্র ফণী পাঠকৰ পদত্যাগ,বিজেপিয়ে এলাগী কৰাৰ অভিযোগ…

বিজেপিৰ ৰাজ্যিক মুখপাত্র ফণী পাঠকৰ পদত্যাগ,বিজেপিয়ে এলাগী কৰাৰ অভিযোগ…

author-image
asomiyapratidin
New Update
বিজেপিৰ ৰাজ্যিক মুখপাত্র ফণী পাঠকৰ পদত্যাগ,বিজেপিয়ে এলাগী কৰাৰ অভিযোগ…

  • বিজেপিৰ ৰাজ্যিক মুখপাত্র ফণী পাঠকৰ বিজেপিৰ পৰা পদত্যাগ ।
  • ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসলৈ প্রেৰণ কৰে পদত্যাগ পত্র ।
  • বিজেপিয়ে ফণী পাঠকক এলাগী কৰাৰ অভিযোগ উত্থাপন কৰে ।
  • বজালী জিলা সমিতিৰ প্রাক্তন সভাপতি আছিল ফণী পাঠক ।
  • পাটাছাৰকুছি সমষ্টিৰ পৰা দলীয় প্রাৰ্থিত্বৰ দাবীদাৰ আছিল পাঠক ।
  • দলে তেওঁক প্রাৰ্থিত্ব নিদিয়াক লৈ কোনো আক্ষেপ নাই বুলি মন্তব্য কৰে পাঠকে ।
  • ৰাজ্যিক বিজেপিৰ সভাপতি ওপৰত ক্ষোভ প্ৰকাশ কৰে ফণী পাঠকে ।
  • পাটাছাৰকুছিত সংবাদমেলযোগে পদত্যাগৰ ঘোষণা কৰে ফণী পাঠকে ।