হোজাইত নাম কটা গ’ল শিলাদিত্যৰ…

হোজাইত নাম কটা গ’ল শিলাদিত্যৰ…

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

  • দিল্লীত নেগুৰ পেলাই দি ক্ষমা বিচাৰিলেও বিতৰ্কিত শিলাদিত্যৰ কপাল নুফুলিল ।
  • হোজাইজৰ বিধায়ক শিলাদিত্যক এইবাৰ বিজেপিয়ে নিদিলে টিকট ।
  • তেওঁৰ সলনি দলে টিকট প্ৰদান কৰিলে ৰামকৃষ্ণ ঘোষক ।
  • অসম বিধানসভাৰ হোজাই সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থিত্ব লাভ নকৰাৰ পিছত শিলাদিত্যৰ প্ৰতিক্ৰিয়া মোক দলে গতিয়াই উলিয়াই দিলে