Election 2021 অসম বিশ্বনাথ জিলা কংগ্ৰেছৰ সম্পাদক নোমল বাচকটাৰ বিজেপিত যোগদান… বিশ্বনাথ জিলা কংগ্ৰেছৰ সম্পাদক নোমল বাচকটাৰ বিজেপিত যোগদান… asomiyapratidin 17 Mar 2021 08:54 IST Follow UsNew Updateবিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ সম্পাদক নোমল বাচকটাই ।গহপুৰ সমষ্টি ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু গোৰ্খা সন্মিলনৰ নেতা আছিল বাচকটা ।ৰিপুন বৰাৰ অতিকৈ ঘনিষ্ঠ আছিল নোমল বাচকটা ।বাকৰি দলনি গাওঁ পঞ্চায়তত ঘৰ নোমল বাচকটাৰ ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক