অসন্তুষ্টিঃ বিহপুৰীয়াত একাংশ বিজেপিৰ দলত্যাগ…

অসন্তুষ্টিঃ বিহপুৰীয়াত একাংশ বিজেপিৰ দলত্যাগ…

author-image
asomiyapratidin
New Update
অসন্তুষ্টিঃ বিহপুৰীয়াত একাংশ বিজেপিৰ দলত্যাগ…

ডিজিটেল সংবাদ বান্দৰদেৱাঃ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী ঘন বুঢ়াগোঁহাই আৰু ডা:জয়প্ৰকাশ দাসৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত ভূপেন বৰাৰ মতামত।এগৰাকী নিজৰ জ্যেষ্ঠ আৰু আন গৰাকী নিজৰ কনিষ্ঠ ভাতৃ সদৃশ বুলি আখ্যা দি ভূপেন বৰাই গোপনে ঘন বুঢ়াগোহাঁইলৈ সমৰ্থন আগবঢ়োৱা বুলি ওলোৱা বাতৰি নসাৎ কৰে।

Advertisment

তেওঁ মতামত দিয়ে বিহপুৰীয়াৰ বিজেপি বিধায়ক দেবানন্দ হাজৰিকা আৰু সমাগত নিৰ্বাচনৰ প্ৰাৰ্থী অমিয় ভূঁঞা সন্দৰ্ভতো।অমিয় ভূঁঞাক প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে একাংশ বিজেপিয়ে দল ত্যাগ কৰি যোগদান কৰিছে কংগ্ৰেছত। যোগদানৰ প্ৰকোপ দেখি উৎফুল্লিত ভূপেন বৰা। পূৰ্বৰ প্ৰতিশ্ৰুতি সমুহৰ লগতে বিজেপি চৰকাৰে সমষ্টিটোত কৰিব নোৱাৰা কাম সমুহ আগবঢ়াই নিয়াৰ সংকল্প লৈছে ভূপেন বৰাই।