New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/123321123.jpg)
- পশ্চিম বংগত অমিত শ্বাহৰ বিশাল ৰেলী।
- পশ্চিম বংগৰ পানীহাটীত এক ৰেলীত অংশ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।
- বিজেপি জয়ী হ'লে পশ্চিমবংগত ভূমি পুত্ৰ মুখ্যমন্ত্ৰী হ'বঃঅমিত শ্বাহ।
- পশ্চিম বংগত এতিয়ালৈকে ১৩০ জন বিজেপি কৰ্মী নিহত হৈছেঃ শ্বাহ।
- যদি পুনৰ এনে ধৰণৰ ঘটনা ঘটে, কঠোৰ ব্যৱস্থা লোৱা হ'ব: অমিত শ্বাহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us