Election 2021 অসম লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ asomiyapratidin 28 Mar 2021 12:52 IST Follow UsNew Updateলখিমপুৰৰ বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশী মকুল বৰাৰ বাসগৃহত আক্ৰমণ।নিশা দুৰ্বৃত্তই আক্ৰমণ কৰে বৰাৰ বাসভৱনত।আক্ৰমণত চুৰ্ণ-বিচুৰ্ণ হয় মুকুল বৰাৰ স্কৰপিঅ' বাহন।নিশা নাকাড়ী লম্বোদৰ পথত এই আক্ৰমণৰ ঘটনা।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক