New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/dispur-kar-hatot.jpg)
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টি হৈছে হোজাই ।
- হোজাইত আছে ২,৬৫,৮৮৬ গৰাকী ভোটাৰ ।
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি হৈছে হাওৰাঘাট ।
- হাওৰাঘাট সমষ্টিত আছে ১,৩২,৩৩৯ গৰাকী ভোটাৰ ।
- আলগাপুৰ সমষ্টিত আছে সৰ্বোচ্চ ১৯ গৰাকী প্রাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে
- ওদালগুৰি সমষ্টিত সৰ্বনিম্ন দুগৰাকী প্রাৰ্থীৰ প্রতিদ্বন্দ্বিতা কৰিছে ।
- দ্বিতীয় পৰ্যায়ৰ ৮০ বছৰ ঊৰ্ধ্বৰ ভোটাৰ আছে ৮৯,৮৭৫ গৰাকী ।
- ৫,৭৭৪টা স্থানত মুঠ ভোটকেন্দ্র আছে ১০,৫৯২টা ।
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১১৭টা আছে মডেল ভোটকেন্দ্র ।
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫৫৬টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্র ।
- দ্বিতীয় পৰ্যায়ত জড়িত ৪২,৩৬৮ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মী ।
- নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে ৩১০টা কোম্পানী ।