New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/nirbason-2021.jpg)
- বৃহস্পতি বাৰে ৰাজ্যৰ ৩৯ টা সমষ্টিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন ।
- ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটদান ।
- ৩৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ।
- পুৰুষ প্রাৰ্থী ৩১৯ গৰাকী প্ৰতিদ্বন্দ্বিতা কৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত
- মহিলা ২৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত
- দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰ আছে ৭৩,৪৪,৬৩১ গৰাকী
- দ্বিতীয় পৰ্যায়ত পুৰুষ ভোটাৰ ৩৭,৩৪,৫৩৭ গৰাকী
- দ্বিতীয় পৰ্যায়ত মহিলা ভোটাৰ ৩৬,০৯,৯৫৯ গৰাকী ।
- দ্বিতীয় পৰ্যায় তৃতীয় লিংগৰ ভোটাৰ ১৩৫